Assamese synonyms Can Be Fun For Anyone

Wiki Article

অধ্যয়নকাৰী, অধ্যেতা, ছাতৰ, ছাত্ৰ, পাঠাৰ্থী, বিদ্যাৰ্থী, শিক্ষাৰ্থী৷

আত্মবৰ্গ, আপোনজন, আপোন মানুহ, ইষ্ট-কুটুম্ব, ককাই-ভাই, কুটুম, কুটুম্ব, গিয়াতি, গোত-জ্ঞাতি,  জ্ঞাতি, পৰিজন, মিতিৰ, সগোত্ৰ, সগোত্ৰীয়, সবৰ্ণ, সম্বন্ধীয় মানুহ, স্বগণ, স্বজন, স্বজনবৰ্গ, স্বজাতি৷

অৰ্বাচীন, ইদানীন্তন, বৰ্তমান কালৰ, সমকালীন, সাম্প্ৰতিক৷

অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথ্বী, পৃথিৱী, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰ্ত্য, শ্যামা৷ সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷ দুনিয়া৷ মৰত৷

অভিবন্দন, অভিবন্দনা, অৰ্ঘ, website অৰ্চন, অৰ্চনা, অৰ্হণ, অৰ্হণা, আৰাধন, আৰাধনা, উপাসা, উপাস্তি, কীৰ্তন, নাম-কীৰ্তন, পূজন, পূজা, পূজা-সেৱা, বন্দন, বন্দনা, ভজন, ভজনা, সেৱা, স্তুতি৷

কংক, জয়, জ্যেষ্ঠপাণ্ডৱ, ধৰ্মপুত্ৰ, ধৰ্মৰাজ, যুধিষ্ঠিৰ৷

Assamese is a crucial language that has a wealthy cultural and literary heritage. This is a essential part of the id of the folks of Assam and plays a vital role in preserving and promoting the cultural heritage from the region.

অংগলোম, অংগৰোম, গাত্ৰৰুহ, নোম, লোম, ৰোম৷

অখণ্ডন, অন্তৰাত্মা, আত্মাপুৰুষ, আত্মাৰাম, চিদাভাস, জীৱাত্মা, পুনৰ্ভৱী, পুৰঞ্জন, প্রাণপক্ষী, প্ৰাণপুৰুষ, শৰীৰভাক৷

কণী, কোঁহ, কোঁহা, ধকৰি, ধকৰি-গুটি, বৃষণ, মুষ্ক৷

অধোগতি, অধোগমন, অধোনমন, অধঃপতন, অৱনমন, অৱনতি, নিম্বগমন, নিম্নগতি৷

আশিস, আশীৰ্বচন, আশীৰ্বাণী, শুভাশিস, শুভাশীৰ্বাদ, স্বস্তিবচন৷

অংগক, অপঘন, ইন্দ্ৰিয়ায়তন, কন্ধ, গা, গাত্ৰ, তনু, তনুৰুচি, দেহপিঞ্জৰ, দেহ, দেহভৃৎ, বপু, বিপোষ, ভোগায়তন, শৰীল, শৰীৰ৷

চক্‌মকীয়া, চিক্‌মি‍কীয়া, জল্‌মলীয়া, জিলিকা, জিলিকি‍ থকা, তিৰ্‌বি‍ৰীয়া, দীপ্ত, দীপ্তিযুক্ত, দীপ্তোজ্জ্বল, প্রদীপ্ত, প্ৰোজ্জ্বল, ভৰকাল, সমুজ্জ্বল, সুপ্ৰভ৷

Report this wiki page